Uri Jai Slowed Reverb

হিয়াতে সাঁচিছো মৰম তোমালে
ল'বা নে নোলোৱা কোৱা সঁচাকে

হিয়াতে সাঁচিছো মৰম তোমালে
ল'বা নে নোলোৱা কোৱা সঁচাকে
বুজিও নুবুজা ভাষা প্ৰেমৰে
নোকোৱা কৈনো থাকো মই কেনেকে?
উমাল বুকুতে,মৰম বোৰ দিবলে
ৰৈ ৰৈ আছোঁ মই
উৰি উৰি যায়
মন উৰি উৰি যায়
উৰি উৰি যায়
তোমালে উৰি উৰি যায়
উৰি উৰি যায়
মন উৰি উৰি যায়
উৰি উৰি যায়
তোমালে উৰি উৰি যায়

গাভৰু ছোৱালী,
বাটলে নোলাবা
দেকা এ দেখিলে,
জোকাব বুজিছা
বিহুৰে বতৰত,
আহিবা ঐ,
গামোচা দিবলৈ
ঢোলৰে চাপৰত
নাচিবা নে
কোৱানা সঁচাকৈ
বিহুৰে বতৰত,
আহিবা ঐ,
গামোচা দিবলৈ
ঢোলৰে চাপৰত
নাচিবা নে
কোৱানা সঁচাকৈ
সপোনতে হলেও এবাৰ,
আহিটো চোৱানা

উৰি উৰি যায়
মন উৰি উৰি যায়
উৰি উৰি যায়
তোমালে উৰি উৰি যায়
উৰি উৰি যায়
মন উৰি উৰি যায়
উৰি উৰি যায়
তোমালে উৰি উৰি যায়।



Credits
Writer(s): Emon Boruah
Lyrics powered by www.musixmatch.com

Link