Jakoruwa Moloya Slowed Reverb

হঠাতে এটি ঊনমাদনা
মোৰ হিয়াতে
এটি শুনভাৱনা
কথাতে কয় মন ভাগৰা
উলাহত মই আপোন পাহৰা
কত আশা জাগি উঠে তোমাকে দেখিলে
কিনো হয় নজনাকে কষৰলে আহিলে

(জাকৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা)
জাকৰুৱা মলয়াই কয় কথা
তুমি বিনে মই আধৰুৱা
জাকৰুৱা মলয়াই কয় কথা
তুমি বিনে মই আধৰুৱা

আবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা
মধুৰ সুৰিয়া গীতৰ আলাপে ভৰা
আকাশে দিয়ে এটি ঠিকনা
শবীশাল হৃদয়ৰ বাসনা
তুমাকে পোৱাৰ যছ প্ৰেৰণা
উশাহে নিশাহে জানা
(জাকৰুৱা মলয়াই কয় কথাতুমি বিনে মই আধৰুৱা)
জাকৰুৱা মলয়াই কয় কথা
তুমি বিনে মই আধৰুৱা
জাকৰুৱা মলয়াই কয় কথা
তুমি বিনে মই আধৰুৱা



Credits
Writer(s): Emon Boruah
Lyrics powered by www.musixmatch.com

Link