Motoliya 2.O Lofi

হিয়াৰ বাঁহীৰ সুৰ হোৱাঁনা
সুৰেৰে দিয়ানা প্ৰেৰণা
হিয়াৰে সাৱটি লোৱাঁনা
প্ৰেমৰ অযুত বাসনা
(অ'-অ'-অ' অ'-অ'-অ'-অ')
প্ৰেমৰ অযুত বাসনা
(Yeah yeah yeah, yeah yeah yeah yeah)
প্ৰেমৰ অযুত বাসনা
হিয়াৰ বাঁহীৰ সুৰ হোৱাঁনা
সুৰেৰে দিয়াঁনা প্ৰেৰণা
হিয়াৰে সাৱটি লোৱাঁনা
প্ৰেমৰ অযুত বাসনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকানা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকানা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা

পৰাণৰ আকুল কামনা
পাহৰাই হিয়াৰ বেদনা
সুৰেৰে সিক্ত কৰানা
ৰিক্ত হিয়াৰ ৰচনা

পৰাণৰ আকুল কামনা
পাহৰাই হিয়াৰ বেদনা
সুৰেৰে সিক্ত কৰানা
ৰিক্ত হিয়াৰ ৰচনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকানা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকানা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা



Credits
Lyrics powered by www.musixmatch.com

Link