O Runu

অ' ৰুনু
ফাৰুক কে সুমাই যাম
ঘৰত যদি নাই কোনো
অ' ৰুনু
ফাৰুক কে সুমাই যাম
ঘৰত যদি নাই কোনো
অকলে থাকিবি
কাকো নাজনাবি
অকলে থাকিবি
কাকো নাজনাবি
অামি উদঙীয়া চেঙেলীয়া ডেকা
অ' ৰুনু
ফাৰুককে সুমাই যাম
নাজানো মই কি কৰো
ফাৰুককে সুমাই যাম
নাজানো মই কি কৰো
অ' বুলো
মোৰ বাৰীত ফুলিছে
নাহৰ তগৰ সোনাৰু
অ' বুলো
মোৰ বাৰীত ফুলিছে
নাহৰ তগৰ সোনাৰু
মোৰ ইচাট বিচাট
যৌৱন জুই জ্বলে গাত
মনে কুটে কুটাই
দেহা ৰমে জমাই
অ' বুলো
ফাৰুককে সোমাবি
ঘৰত নাই অাজি কোনো
ফাৰুককে সোমাবি
ঘৰত নাই অাজি কোনো
অ' ৰুনু
চাহ জলপান নালাগে
নালাগে তিলৰ লাৰু
অ' ৰুনু
চাহ জলপান নালাগে
নালাগে তিলৰ লাৰু
লাগিলে যাচিবি
চেপা হাজ এবাটি
লাগিলে যাচিবি
চেপা হাজ এবাটি
অামি উদঙীয়া হৈ জাম পগলা
অ' ৰুনু
তাৰ পাছত কি কৰো
এতিয়া মই নাজানো
তাৰ পাছত কি কৰো
এতিয়া মই নাজানো
অ' বুলো
চাহ জলপান নিদিও
নিদিও তিলৰ লাৰু
অ' বুলো
চাহ জলপান নিদিও
নিদিও তিলৰ লাৰু
নেলাগে গিলিব
কলহৰ চোঁকা হাজ
নেলাগে গিলিব
কলহৰ চোঁকা হাজ
মোৰে দেহৰ মৰম
তোকে ঢালি দিম
অ' বুলো
ফাৰুককে সোমাবি
ঘৰত নাই অাজি কোনো
ফাৰুককে সোমাবি
ঘৰত নাই অাজি কোনো
অ' ৰুনু
ফাৰুক কে সুমাই যাম
ঘৰত যদি নাই কোনো
অ' ৰুনু
ফাৰুক কে সুমাই যাম
ঘৰত যদি নাই কোনো
অকলে থাকিবি
কাকো নাজনাবি
অকলে থাকিবি
কাকো নাজনাবি
অামি উদঙীয়া চেঙেলীয়া ডেকা
অ' ৰুনু
ফাৰুককে সুমাই যাম
নাজানো মই কি কৰো
ফাৰুককে সুমাই যাম
নাজানো মই কি কৰো
ফাৰুককে সুমাই যাম
নাজানো মই কি কৰো
ফাৰুককে সুমাই যাম
নাজানো মই কি কৰো



Credits
Writer(s): Biman Baruah, Debeswar Saikia
Lyrics powered by www.musixmatch.com

Link