Jonakore Boroxaate

জোনাকৰে বৰষাতে তুমি
তিতি তিতি কাষতে ৰ'লাহি
কিদৰে বুজাম
মোৰ বুকুৰ ভাষা
তোমাক
জোনাকৰে বৰষাতে তুমি
তিতি তিতি কাষতে ৰ'লাহি
কিদৰে বুজাম
মোৰ বুকুৰ ভাষা
তোমাক

মচি দিওঁ আহাঁ হিয়াৰে
বেদনাৰে নীলা শিখা এই
হওঁ আহাঁ এটি মিঠা সুৰ
হেৰাবলে' দূৰণিতে

জোনাকৰে বৰষাতে তুমি
তিতি তিতি কাষতে ৰ'লাহি
কিদৰে বুজাম
মোৰ বুকুৰ ভাষা
তোমাক

বুকুৰে বহুতো সপোনসনা
কথা পাতোঁ আহাঁ দুয়োৱে
ৰাখিবাঁ তোমাৰে বুকুতে মৰমেৰে
মৰহি নোযোৱাকে'
চিৰদিনলে'
বুকুৰে বহুতো সপোনসনা
কথা পাতোঁ আহাঁ দুয়োৱে
ৰাখিবাঁ তোমাৰে বুকুতে মৰমেৰে
মৰহি নোযোৱাকে'
চিৰদিনলে'

জোনাকৰে বৰষাতে তুমি
তিতি তিতি কাষতে ৰ'লাহি
কিদৰে বুজাম
মোৰ বুকুৰ ভাষা
তোমাক

হৃদয়ৰে
নোকোৱা কথা
আছে বাৰু
তোমাকে ক'বলে'
সাঁচি ৰখা বুকুৰ মৰম
তুমি বুজানে?
সগোপনে
মন দিয়া-নিয়া
তোমাৰ বাৰু
আছেনে মনতে?
আজিও মনে মনে
ভাবোঁ তাকেই
ভাবোঁ তাকেই

বুজানে?
তুমি বুজানে মোৰ মনৰ কথা?
গতিময় এই পৃথিৱী



Credits
Writer(s): Jeemoni Choudhury, Rosty Ahmed
Lyrics powered by www.musixmatch.com

Link