Ronga Abir

ৰঙা আবিৰ সানি দিয়ানা এবাৰ
উকা মোৰে হিয়া
নীলা দুচকুৰ সিপাৰলে লৈ যোৱা না এবাৰ

মন পাখি মেলি যায়
দুৰণিলে হায়
আহৰিয়েই নাই
হেঁপাহ বাঢ়ি বাঢ়ি যায়
সপোনৰ কোহে কোঁহে তোমাকে বিচাৰে
কজলা মোৰ আকাশে তোমাকে বিচাৰে
মাথোঁ তোমাকে বিচাৰে

ৰঙা আবিৰ সানি দিয়ানা এবাৰ
উকা মোৰে হিয়া
নীলা দুচকুৰ সিপাৰলে লৈ যোৱা না এবাৰ

আলফুলে ৰাখি থোৱা মন
চিৰদিন তোমাৰে বুকুত
অজানিতে কলিজা কঁপে
বাউলী হৈ উৰি যাব সোজে

দূৰ তুমি কিয় দূৰ
শুনিছানে সুৰ গীতৰে মোৰ
বুকু পৰিছেনে জুৰ

সপোনৰ কোহে কোঁহে তোমাকে বিচাৰে
কজলা মোৰ আকাশে তোমাকে বিচাৰে
মাথোঁ তোমাকে বিচাৰে

ৰঙা আবিৰ সানি দিয়ানা এবাৰ
উকা মোৰে হিয়া
নীলা দুচকুৰ সিপাৰলে লৈ যোৱা না এবাৰ



Credits
Writer(s): Rajdweep Pradip Dey
Lyrics powered by www.musixmatch.com

Link