Big Sound

এখিলা পাতে স্মৃতি জগালে...
দুটি জনম সীমাত ৰৈ কলে...
কাহিনী সুখৰ কাহিনী দুখৰ...
মধুৰ মধুৰ জনমৰ আঁৰৰ...
অসীমত যাৰ হেৰাল সীমা...
অসীমত যাৰ হেৰাল।।।
এখিলা পাতে স্মৃতি জগালে.
দুটি জনম সীমাত ৰৈ ক'লে...

সময়ৰে বীণা খনি ঝঙ্কাৰি কোনে দিলে...
ধূসৰ ধূসৰ ছবিটি দেখোঁ...
সময়ৰে বীনা খনি ঝঙ্কাৰি কোনে দিলে...
ধূসৰ ধূসৰ ছবিটি দেখোঁ।।।
কাহিলি পোহৰ...
গুচিলে এন্ধাৰ...
এই সেই মুখ...
লাগে চিনো চিনো...
শিয়ঁৰাই আতৰি গ'ল এচাতি মলয়া।।
অসীমত যাৰ হেৰাল সীমা...

অসীমত যাৰ হেৰাল সীমা...

এখিলা পাতে স্মৃতি জগালে...
দুটি জনম সীমাত ৰৈ ক'লে...

বন্ধনে কয় এটি...
এটি দুটি মিঠা গীতি...
প্ৰাণে প্ৰাণে একেটাই সুখ...
বন্ধনে কয় এটি...
এটি দুটি মিঠা গীতি...
প্ৰাণে প্ৰাণে একেটাই সুখ...
যৌৱনে বিচৰা কোনো,
প্ৰণয়ৰে কথা...
যোঁজাৰু বুকুতে লিখা,
সাহসেৰে গাঁথা...
শিয়ঁৰাই আতৰি গ'ল এচাতি মলয়া...
অসীমত যাৰ হেৰাল সীমা...
অসীমত যাৰ হেৰাল সীমা...
অসীমত যাৰ হেৰাল সীমা...
অসীমত যাৰ হেৰাল...
অসীমত যাৰ হেৰাল সীমা...
অসীমত যাৰ হেৰাল সীমা।।।।।।



Credits
Writer(s): Charles Thomas, Aaron Albert Taylor
Lyrics powered by www.musixmatch.com

Link