Logon

ল'গন ল'গন মধু ল'গন।
চেনেহ চেনেহ মেলা ॥
চাৰি চকুত আজি দেখোন অসাধু অসাধু খেলা ॥
চোৱা-চোৱিত কোৱা-কোৱিত হৃদয় জ্বলাল॥

ল'গন ল'গন মধু ল'গন।
চেনেহ চেনেহ মেলা ॥
চাৰি চকুত আজি দেখোন অসাধু অসাধু খেলা ॥

সাধু কথাৰ পৰিজনীক পোৱা পোৱা লাগে।
হিয়াৰ দলিত খুপি খুপি মৰম মোৰ জাগে॥

সাধু কথাৰ পৰিজনীক পোৱা পোৱা লাগে।
হিয়াৰ দলিত খুপি খুপি মৰম মোৰ জাগে॥

আকাশৰ সমান হেপাঁহে তোমালে আছে ৰৈ।
আশাবোৰ নহয় আশা যেন সাগৰ হৈ॥

ল'গন ল'গন মধু ল'গন।
চেনেহ চেনেহ মেলা ॥
চাৰি চকুত আজি দেখোন অসাধু অসাধু খেলা ॥

দুবাহোৰে হেতা বুকুত তোমাক ৰাখি থলো।
প্ৰেমৰ হেজাৰ কবিতা মই বুকুতে গালো॥
দুবাহোৰে হেতা বুকুত তোমাক ৰাখি থলো।
প্ৰেমৰ হেজাৰ কবিতা মই বুকুতে গালো॥

যাউতিযুগীয়া মোৰে প্ৰেমৰে সমাধি ।
জনমে জনমে তুমি তাতে জিৰাবাহি॥

ল'গন ল'গন মধু ল'গন।
চেনেহ চেনেহ মেলা ॥
চাৰি চকুত আজি দেখোন অসাধু অসাধু খেলা ॥



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link