O Maa Jashoda

আজি বিবি ভৈয়াম লগা ডেকাতি
আছিলে কবলে মৰম লগা কথাটটো
নাজানিবি কবলে তুমাৰ খান নিচিনা
নুবুজিবি মুই খান পাহাৰিয়া আছিলা
হো... হো .হো... হো

বগী বগী ছোৱালীৰ পাবলৈ মহিমা
যাবলৈ মন যায় বান্ধৈ
নাগালেণ্ড কহিমা
ঘামত তিতা কঁকালটিয়ে
কৰে হিয়া মন আমনি
চকুত চকু পৰিলে হয় মন খেলি মেলি



Credits
Writer(s): Bhupen Hazarika, Mintoo Mukherjee
Lyrics powered by www.musixmatch.com

Link