Torar Dore

তৰাৰ দৰে নিযুত আলোক বৰ্ষ আঁতৰতে
পোহৰ কৰে ধিমিক ধামাক কক্ষ পৰানৰে
কিতাপতো নাই পোৱা পঢ়ি পঢ়ি পঢ়ি
কোনেও অঁকা নাই কাৰো এনে জীয়া ছবি
তুমি তুমি তুমি তুমি ...

তৰাৰ দৰে নিযুত আলোক বৰ্ষ আঁতৰতে
পোহৰ কৰে ধিমিক ধামাক কক্ষ পৰানৰে
কিতাপতো নাই পোৱা পঢ়ি পঢ়ি পঢ়ি
কোনেও অঁকা নাই কাৰো এনে জীয়া ছবি.
তুমি তুমি তুমি তুমি ...

মনস্তত্ত্ব জটিল হেনো বুজিবলে
মনস্তত্ত্ব জটিল হেনো বুজিবলে
হৰণ অংক কঠিন হেনো জীৱনৰে
নাই এখিলা পাত পঢ়িবলে বাকী
থয় প্রতিশাৰি কোনে লিখি?
তুমি তুমি তুমি তুমি ...

তুমি স্বপ্ন দিবা নিশে অহুৰাত্ৰি
তুমি স্বপ্ন দিবা নিশে অহুৰাত্ৰি
তুমি হৰ্ষমনৰ জা'ত নাকেঢাকি
হ'ল অনুভৱৰ নতুন জনম আজি
ৰ'ল কুঁহিপাত আখৰ দুটি
তুমি তুমি তুমি তুমি ...



Credits
Writer(s): Ibson Lal Baruah
Lyrics powered by www.musixmatch.com

Link