Xarothi

গতি আজি মোৰ
সীমাৰেখা তোৰ
অনন্ত প্ৰসাৰী ঢৌ
সপোনবোৰ
দিঠকত মোৰ
খেদি খেদি আঁজুৰিলোঁ

সুৰৰ অংগ মোৰ
আজি ছন্দত উজলে
অ', দূৰ-সুদূৰতে
আজি আবীৰ ছটিয়ালে

আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি

গতি আজি মোৰ
সীমাৰেখা তোৰ
অনন্ত প্ৰসাৰী ঢৌ
সপোনবোৰ
দিঠকত মোৰ
খেদি খেদি আঁজুৰিলোঁ

সুৰৰ অংগ মোৰ
আজি ছন্দত উজলে
অ', দূৰ-সুদূৰতে
আজি আবীৰ ছটিয়ালে

আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি



Credits
Writer(s): Abhi Saikia
Lyrics powered by www.musixmatch.com

Link