Atiya Ki Koru

চিলিমিলি টোপনিতে
তোমাক দেখো সপোনতে
তোমাক দেখো সপোনতে
তুমি বুলি গাৰুতিকে সাৱতি ধৰো
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি হলো পৰি গলো

ও চাৰি আলিৰ কেকুৰিতে
তোমাক দেখো দুপৰতে
তোমাক দেখো দুপৰতে
ৰহ লাগি চাই থৰ লাগি পৰো
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো

ঐ জান ঐ নাইএ মোৰ চাকৰি
ঐ জান ঐ কৰো খেতি-বাতি
ঐ জান ঐ দেহা জান ঐ
নাই এ সাচতিয়া নাই এ সাচতিয়া ধন
ঐ জান ঐ তাকে ভাবি ভাবি
ঐ জান ঐ কতাও উজাগৰি
ঐ জান ঐ দেহা জান ঐ
তোমাকে পাবৰে তোমাকে পাবৰে মন
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো

ও মন ভাৱনাৰে আকাশত
তুমিয়ে মোৰ জোন
তোমাতকৈ মোৰ আছেনে কোন
বুকুৰে আপোন
ও মন ভাৱনাৰে আকাশত
তুমিয়ে মোৰ জোন
তোমাতকৈ মোৰ আছেনে কোন
বুকুৰে আপোন
সদায় ৰাতি ৰাতি দেখো মই
তোমাৰে সপোন
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো|



Credits
Writer(s): Mithujit Bora, Montumoni Saikia
Lyrics powered by www.musixmatch.com

Link