Hasi Thua (feat. Rakhismita Kalita)

অভিমানী সুৰে
কব খোজা কথা
মনৰে দোমোজা
তুমি খুলি কোৱা

সাঁচি থোৱা মোৰ আধৰুৱা
চিঠিখনি প্ৰেমে চোৱা
হেঁপাহেৰে হিয়াৰ ভাঁজত
মৰমৰ আকুলতা
দিব খোজা

নিশা এন্ধাৰত
জিলিকা জোনাকীৰ
আবৰতেই তোমাক পোৱা
সপোন যেন লাগে
প্ৰতি ক্ষণে
তোমাৰ লগত কটোৱা

উলাহতে হেৰাল বুকুৰ নীৰৱতা
অৱশেষত তুমি মোৰ হবা

সাঁচি থোৱা মোৰ আধৰুৱা
চিঠিখনি প্ৰেমে চোৱা
হেঁপাহেৰে হিয়াৰ ভাঁজত
মৰমৰ আকুলতা
দিব খোজা



Credits
Writer(s): Madhujya Dutta
Lyrics powered by www.musixmatch.com

Link