Saat Ghator Sengeli

সাতঘাটৰ চেঙেলী বুলি তই জানো জাননে মই
পাছফালৰ দুৱাৰেদি পলুৱাই নিবি চাগে মোক তই

সাতঘাটৰ চেঙেলী বুলি তই জানো জাননে মই
পাছফালৰ দুৱাৰেদি পলুৱাই নিবি চাগে মোক তই
মোৰে লগৰ সকলোৱে তোলৈ মেলে মন
তাকে ভাবি মনে মনে উঠে মোৰে খং
মোৰে লগৰ সকলোৱে তোলৈ মেলে মন
তাকে ভাবি মনে মনে উঠে মোৰে খং

ভয় লাগে মোৰ জান ঐ
ভালপাওঁ বুলি ঘপককৈ
তোক মৰমকণ দিবলৈ
মই থাকোতে জান ঐ
চকু নিদিবি আনলৈ
দিলে মৰিজাম সঁচাকৈ

মোকে কাষত ৰাখিবি তই তোৰে নো হৈ যাম
মৰমেৰে সাৱটি তোক চেনেহ চুমা খাম
মোকে কাষত ৰাখিবি তই তোৰে নো হৈ যাম
মৰমেৰে সাৱটি তোক চেনেহ চুমা খাম

অ মৰম তিনিটি আখৰে
মোৰ মৰম তোৰে নাম লিখিলোঁ
অ মৰম বহুতৰ মাজতে
মোৰ মৰম তোকে বাছি ল'লো

মোৰে লগৰ সকলোৱে তোলৈ মেলে মন
তাকে ভাবি মনে মনে উঠে মোৰে খং
মোৰে লগৰ সকলোৱে তোলৈ মেলে মন
তাকে ভাবি মনে মনে উঠে মোৰে খং

সাতঘাটৰ চেঙেলী বুলি তই জানো জাননে মই
পাছফালৰ দুৱাৰেদি পলুৱাই নিবি চাগে মোক তই
সাতঘাটৰ চেঙেলী বুলি তই জানো জাননে মই
পাছফালৰ দুৱাৰেদি পলুৱাই নিবি চাগে মোক তই
সাতঘাটৰ চেঙেলী...



Credits
Lyrics powered by www.musixmatch.com

Link