Protyahban

Whoa oh oh, whoa oh whoa oh oh oh
Whoa oh oh oh, whoa oh oh oh
Whoa oh oh, whoa oh whoa oh oh oh
Whoa oh oh oh, whoa oh oh oh

বিশ্ববাসীৰ এই সংকট, সকলো হ'ল শেষ
চৌদিশে মাথোঁ অন্ধকাৰ
Whoa, ধ্বংস হ'ল অৰ্থনীতি, নিবনুৱা হ'ল অলেখ
খাবলে' যেন হাহাকাৰ
বিশ্ববাসীৰ এই সংকট, সকলো হ'ল শেষ
চৌদিশে মাথোঁ অন্ধকাৰ
Whoa, ধ্বংস হ'ল অৰ্থনীতি, নিবনুৱা হ'ল অলেখ
খাবলে' যেন হাহাকাৰ

এক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ আমি
এক অন্তহীন ৰণাংগনত ৰণ কৰিম আমি মিলি
এক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ আমি
এক অন্তহীন ৰণাংগনত ৰণ কৰিম আমি মিলি

আকৌ এবাৰ হ'ব সুখ আৰু শান্তি
যদিহে সকলোৱে একতাৰে যুঁজোঁ আমি
প্ৰত্যাহ্বান
প্ৰত্যাহ্বান
প্ৰত্যাহ্বান
প্ৰত্যাহ্বান
Whoa oh oh, whoa oh oh-oh
প্ৰত্যাহ্বান
প্ৰত্যাহ্বান
প্ৰত্যাহ্বান

সকলো হ'মেই এক
দুৰ্যোগৰেই সময়ত
পুনৰ হাঁহি বিৰিঙিব
সকলোৰে মুখত
জাতি-ধৰ্ম ভেদা-ভেদ
এতিয়া এৰিবৰ হ'ল
এক অন্তহীন ধুমুহাই
ধ্বংস কৰি গ'ল

নিঃশেষ হ'ব কঠিন প্ৰত্যাহ্বানবোৰ
পৃথিৱীত যেন হ'ব পুনৰ পোহৰ
হ'ব নতুন সূৰুযৰ উদয়
হাতত হাত থৈ আগুৱামগৈ
নিঃশেষ হ'ব কঠিন প্ৰত্যাহ্বানবোৰ
পৃথিৱীত যেন হ'ব পুনৰ পোহৰ
হ'ব নতুন সূৰুযৰ উদয়
হাতত হাত থৈ আগুৱামগৈ
হাতত হাত থৈ আগুৱামগৈ
প্ৰত্যাহ্বান
প্ৰত্যাহ্বান
প্ৰত্যাহ্বান
প্ৰত্যাহ্বান
Yeah yeah, whoa oh-oh-oh ah-ah
Ah-ah-ah ah-ah, ah-ah-ah ah-ah-ah
Yeah yeah, whoa oh-oh-oh ah-ah
Ah-ah-ah ah-ah, whoa oh-oh-oh



Credits
Lyrics powered by www.musixmatch.com

Link