Kuwa Na

এপলো নোহোৱা দূৰণি।।

অ... নোৱাৰি নোৱাৰি থাকিব নোৱাৰি।
আৱৰি আৱৰি ধৰিছে আৱৰি।।
ওপচি পৰিছো মৰমতে আজি।।

অ... কিনো পালে তোমাতে মোৰ দুচকুৱে।
নোৱাৰা হ'ল থাকিবলৈ নেদেখাকে।।
কিনো আছে নাজানো এই মৰমতে।



Credits
Writer(s): Anupam Bg, Bhaskar Opswel
Lyrics powered by www.musixmatch.com

Link