Tumake Napale (feat. Barsha Borah)

তোমাকে নাপালে মৰোঁ মৰোঁ যেন লাগে
তুমি সোণ বুজানে আছোঁ মই কিদৰে?
মোৰে হৈ থাকিবাঁ ওৰে জীৱনলে'
দুয়োৱে সাজি ল'ম ঘৰ এখনি সুখৰে

আছোঁ, থাকিম তোমাৰ স'তে
আন একো মোক সুখ নালাগে
তুমি দিয়া মৰমে জীয়াম
আমাৰ ভাগত যিকণ আছে
সেয়ে আমাক জুৰিবগে'
যিকণ পোৱা দুয়োৱে ভগাম
তুমি-মই এদিন মিলি যাম
তুমি-মই এদিন মিলি যাম

কাষলে' নাহিলে অভিমান বাঢ়িব
সেই অভিমানে মোক আঁজুৰি আনিব
এবুকু মৰমে তোমাকে বিচাৰে
দুবাহুৰে মাজতে তোমাক ৰাখি থ'ম সদায়ে

আছোঁ, থাকিম তোমাৰ স'তে
আন একো মোক সুখ নালাগে
তুমি দিয়া মৰমে জীয়াম
আমাৰ ভাগত যিকণ আছে
সেয়ে আমাক জুৰিবগে'
যিকণ পোৱা দুয়োৱে ভগাম
তুমি-মই এদিন মিলি যাম
তুমি-মই এদিন মিলি যাম

এখনি কলিজা তেনেই ঠুনুকা
মৰমে আৱৰি ৰাখি কাষতে থাকিবাঁ
দুহাতে ধৰি লৈ থাকিমে শেষলৈ
ভয় নাখাবাঁ দেই সোণ
নেযাওঁ মই দূৰলে'

আছোঁ, থাকিম তোমাৰ স'তে
আন একো মোক সুখ নালাগে
তুমি দিয়া মৰমে জীয়াম
আমাৰ ভাগত যিকণ আছে
সেয়ে আমাক জুৰিবগে'
যিকণ পোৱা দুয়োৱে ভগাম



Credits
Writer(s): Babon Bornil, Vicky Kalita
Lyrics powered by www.musixmatch.com

Link