Ujagori

তোমালে মৰম যুগৰে পৰা
আঁতৰত থাকিও হৃদয় বিয়পা
তোমালে মৰম যুগৰে পৰা
আঁতৰত থাকিও হৃদয় বিয়পা

ভাবনাতো মোৰ তুমিয়েই এতিয়া
অভিমানী হৈ আতৰি নাযাবা

উজাগৰী মোৰ প্ৰতিটো নিশা
দুবাহুত তোমাৰ মোকে সজোৱা
আধৰুৱা সপোন কেতিয়া পুৰাবা
উজাগৰী মোৰ প্ৰতিটো নিশা
দুবাহুত তোমাৰ মোকে সজোৱা
দিঠকত আহি তুমি মোকে জগোৱা

পাহৰি কেনেকৈ থাকো তোমাৰ নীলাভ দুচকু
বিলীন হ'ব বিচাৰো তোমৰ ই বিশাল বুকুত
পাহৰি কেনেকৈ থাকো তোমাৰ নীলাভ দুচকু
বিলীন হ'ব বিচাৰো তোমাৰ ই বিশাল বুকুত

উশাহতো তোমাকে সামৰো
এতিয়া তুমিয়েই সকলো

উজাগৰী মোৰ প্ৰতিটো নিশা
দুবাহুত তোমাৰ মোকে সজোৱা
আধৰুৱা সপোন কেতিয়া পুৰাবা
উজাগৰী মোৰ প্ৰতিটো নিশা
দুবাহুত তোমাৰ মোকে সজোৱা
দিঠকত আহি তুমি মোকে জগোৱা



Credits
Writer(s): Mandeep Kumar
Lyrics powered by www.musixmatch.com

Link