Joi Aai Axom

অসমীয়া অসমীয়া, আমি অসমীয়া
লুইতৰ পাৰৰে আমি অসমীয়া।
সুৱনিয়া-সুৱনিয়া বাৰে-বৰণীয়া
দেশতে বাস কৰো আমি অসমীয়া।

অসমীয়া অসমীয়া, আমি অসমীয়া
লুইতৰ পাৰৰে আমি অসমীয়া।
সুৱনিয়া-সুৱনিয়া বাৰে-বৰণীয়া
দেশতে বাস কৰো আমি অসমীয়া।
চাহ বাগিচাতে বস-বাস কৰো,
লুইতৰ বুকুতে সাতুৰি ফুৰো ।
এই মাতৃৰ বুকুত অকল মৰমে-মৰম,
সকলোৱে কঁও আমি জয় আই অসম ।

জয় আই অসম, জয় আই অসম
জয় আই অসম, জয় আই অসম ।
জয় আই অসম, জয় আই অসম
জয় আই অসম, জয় আই অসম ।

বিহুতে বলীয়া আমি অসমীয়া,
বিহুৱে প্রাণ, বিহু নাচত মতলীয় ।
পাহাৰ-ভৈয়ামৰে আৱৰি থকা ভূমি,
পনীয়া সোণৰে দেশত থাকো আমি ।
জুবিন দাৰ গান শুনি মন শান্তি কৰো,
অসমীয়া বুলি নিজে গৌৰৱ অনুভৱ কৰো।
এই মাতৃৰ বুকুত অকল মৰমে-মৰম,
সকলোৱে কঁও আমি জয় আই অসম ।

জয় আই অসম, জয় আই অসম
জয় আই অসম, জয় আই অসম ।
জয় আই অসম, জয় আই অসম
জয় আই অসম, জয় আই অসম ।

উজনি-নামনিৰে সকলো আমি ভাই-ভণী,
হিন্দু মুছলিম সীখ ঈছাই... একেলগে থাকো আমি।
বিভিন্ন জাতিৰে ভৰা আমাৰ এই দেশখনি,
মৰমৰ এনাজৰীৰে বান্ধি থাকো আমি ।
নাই কোনো হিংসা, নাই জাতি ভেদ
শদিয়াতে আৰম্ভ মানকাচৰত শেষ ।
এই মাতৃৰ বুকুত অকল মৰমে-মৰম,
সকলোৱে কঁও আমি জয় আই অসম ।

জয় আই অসম, জয় আই অসম
জয় আই অসম, জয় আই অসম ।
জয় আই অসম, জয় আই অসম
জয় আই অসম, জয় আই অসম ।



Credits
Writer(s): Mehebub Hassan
Lyrics powered by www.musixmatch.com

Link