Koi Diu
Hi
তোমাৰ চকুলে চাই
মন মোৰ পাখি মেলী উৰি গুচি যায়
ক'বলে আছে মোৰ বহু কথা পিছে
ক'ব গ'লে খালী আজি ভয় লাগে পাই
হাত ভৰি কপী মোৰ জ্ৱৰ উথি যায়
লগৰবোৰক ক'লেও ফিচিঙালি বাই
মনৰে কথাবোৰ মনতে থাকি গ'ল
বোজাবহে পৰা নাই মই আজি পাই
তুমি জানা নে নাজানা
মোৰ মনৰ জোনাক তুমি
তুমি এটি মাথো Text কৰা
মোৰ দিন হয় সোৱনী
তুমি জানা নে নাজানা
মোৰ মনৰ জোনাক তুমি
তুমি এবাৰ হাহী চালে
মোৰ মন হয় ফূলনী
Hi
তোমাৰ চকুলে চাই
মন মোৰ পাখি মেলী উৰি গুচি যায়
ক'বলে আছে মোৰ বহু কথা পিছে
ক'ব গ'লে খালী আজি ভয় লাগে পাই
হাত ভৰি কপী মোৰ জ্ৱৰ উথি যায়
লগৰবোৰক ক'লেও ফিচিঙালি বাই
মনৰে কথাবোৰ মনতে থাকি গ'ল
বোজাবহে পৰা নাই মই আজি পাই
কৈ দিও কৈ দিও লাগি গৈছে
পিছে উচৰলে
যাবলেহে আজি কিয় ভয় লাগিছে
(ফাটিছে বে)
কৈ দিও কৈ দিও লাগি গৈছে
পিছে উচৰলে
যাবলেহে আজি কিয় ভয় লাগিছে
(ফাটিছে বে)
কি ভাবে তাই
ভাবি গুণি পোৱা নাই
আজি মই আসহাই
Flirting নে Interested
একো গমে পোৱা নাই
কি ভাবে তাই
ভাবি গুণি পোৱা নাই
আজি মই আসহাই
কলে বা কি কয়
একো বুজিকে পোৱা নাই
ৰবা
আৰু বাকি আছে
শুনি থাকা
আকৌ আহিলো
Whatsappৰ Last Seenতো দেখি
Last Seenনে ও কয় Ignore মাৰা
তুমি মোক আজি
তুমি জানা নে নাজানা
মোৰ মনৰ জোনাক তুমি
তুমি এটি মাথো Text কৰা
মোৰ দিন হয় সোৱনী
তুমি জানা নে নাজানা
মোৰ মনৰ জোনাক তুমি
তুমি এবাৰ হাহী চালে
মোৰ মন হয় ফূলনী
Hi
তোমাৰ চকুলে চাই
মন মোৰ পাখি মেলী উৰি গুচি যায়
ক'বলে আছে মোৰ বহু কথা পিছে
ক'ব গ'লে খালী আজি ভয় লাগে পাই
হাত ভৰি কপী মোৰ জ্ৱৰ উথি যায়
লগৰবোৰক ক'লেও ফিচিঙালি বাই
মনৰে কথাবোৰ মনতে থাকি গ'ল
বোজাবহে পৰা নাই মই আজি পাই
কৈ দিও কৈ দিও লাগি গৈছে
পিছে উচৰলে
যাবলেহে আজি কিয় ভয় লাগিছে
(ফাটিছে বে)
কৈ দিও কৈ দিও লাগি গৈছে
পিছে উচৰলে
যাবলেহে আজি কিয় ভয় লাগিছে
(ফাটিছে বে)
কি ভাবে তাই
ভাবি গুণি পোৱা নাই
আজি মই আসহাই
Flirting নে Interested
একো গমে পোৱা নাই
কি ভাবে তাই
ভাবি গুণি পোৱা নাই
আজি মই আসহাই
কলে বা কি কয়
একো বুজিকে পোৱা নাই
তোমাৰ চকুলে চাই
মন মোৰ পাখি মেলী উৰি গুচি যায়
ক'বলে আছে মোৰ বহু কথা পিছে
ক'ব গ'লে খালী আজি ভয় লাগে পাই
হাত ভৰি কপী মোৰ জ্ৱৰ উথি যায়
লগৰবোৰক ক'লেও ফিচিঙালি বাই
মনৰে কথাবোৰ মনতে থাকি গ'ল
বোজাবহে পৰা নাই মই আজি পাই
তুমি জানা নে নাজানা
মোৰ মনৰ জোনাক তুমি
তুমি এটি মাথো Text কৰা
মোৰ দিন হয় সোৱনী
তুমি জানা নে নাজানা
মোৰ মনৰ জোনাক তুমি
তুমি এবাৰ হাহী চালে
মোৰ মন হয় ফূলনী
Hi
তোমাৰ চকুলে চাই
মন মোৰ পাখি মেলী উৰি গুচি যায়
ক'বলে আছে মোৰ বহু কথা পিছে
ক'ব গ'লে খালী আজি ভয় লাগে পাই
হাত ভৰি কপী মোৰ জ্ৱৰ উথি যায়
লগৰবোৰক ক'লেও ফিচিঙালি বাই
মনৰে কথাবোৰ মনতে থাকি গ'ল
বোজাবহে পৰা নাই মই আজি পাই
কৈ দিও কৈ দিও লাগি গৈছে
পিছে উচৰলে
যাবলেহে আজি কিয় ভয় লাগিছে
(ফাটিছে বে)
কৈ দিও কৈ দিও লাগি গৈছে
পিছে উচৰলে
যাবলেহে আজি কিয় ভয় লাগিছে
(ফাটিছে বে)
কি ভাবে তাই
ভাবি গুণি পোৱা নাই
আজি মই আসহাই
Flirting নে Interested
একো গমে পোৱা নাই
কি ভাবে তাই
ভাবি গুণি পোৱা নাই
আজি মই আসহাই
কলে বা কি কয়
একো বুজিকে পোৱা নাই
ৰবা
আৰু বাকি আছে
শুনি থাকা
আকৌ আহিলো
Whatsappৰ Last Seenতো দেখি
Last Seenনে ও কয় Ignore মাৰা
তুমি মোক আজি
তুমি জানা নে নাজানা
মোৰ মনৰ জোনাক তুমি
তুমি এটি মাথো Text কৰা
মোৰ দিন হয় সোৱনী
তুমি জানা নে নাজানা
মোৰ মনৰ জোনাক তুমি
তুমি এবাৰ হাহী চালে
মোৰ মন হয় ফূলনী
Hi
তোমাৰ চকুলে চাই
মন মোৰ পাখি মেলী উৰি গুচি যায়
ক'বলে আছে মোৰ বহু কথা পিছে
ক'ব গ'লে খালী আজি ভয় লাগে পাই
হাত ভৰি কপী মোৰ জ্ৱৰ উথি যায়
লগৰবোৰক ক'লেও ফিচিঙালি বাই
মনৰে কথাবোৰ মনতে থাকি গ'ল
বোজাবহে পৰা নাই মই আজি পাই
কৈ দিও কৈ দিও লাগি গৈছে
পিছে উচৰলে
যাবলেহে আজি কিয় ভয় লাগিছে
(ফাটিছে বে)
কৈ দিও কৈ দিও লাগি গৈছে
পিছে উচৰলে
যাবলেহে আজি কিয় ভয় লাগিছে
(ফাটিছে বে)
কি ভাবে তাই
ভাবি গুণি পোৱা নাই
আজি মই আসহাই
Flirting নে Interested
একো গমে পোৱা নাই
কি ভাবে তাই
ভাবি গুণি পোৱা নাই
আজি মই আসহাই
কলে বা কি কয়
একো বুজিকে পোৱা নাই
Credits
Writer(s): Ghanibhuti Gogoi
Lyrics powered by www.musixmatch.com
Link
© 2024 All rights reserved. Rockol.com S.r.l. Website image policy
Rockol
- Rockol only uses images and photos made available for promotional purposes (“for press use”) by record companies, artist managements and p.r. agencies.
- Said images are used to exert a right to report and a finality of the criticism, in a degraded mode compliant to copyright laws, and exclusively inclosed in our own informative content.
- Only non-exclusive images addressed to newspaper use and, in general, copyright-free are accepted.
- Live photos are published when licensed by photographers whose copyright is quoted.
- Rockol is available to pay the right holder a fair fee should a published image’s author be unknown at the time of publishing.
Feedback
Please immediately report the presence of images possibly not compliant with the above cases so as to quickly verify an improper use: where confirmed, we would immediately proceed to their removal.