Dehiti Bakhor

দেহিটি বাখৰ
তিনিটি আখৰ মৰম নামৰে
সলনি কৰিবলৈ মন তোৰে লগতে

দেহিটি বাখৰ
নেলাগে ভাগৰ তোক ভাবিলে
মই হলো যেন পাগলী ৰাধা
তোৰ কাৰনে

যৌৱ্ন শাওঁনেৰে বেলিটি চোকা ইমান
তোক ভাবি ভাবি কোমল
কোমল দেহালৈ পৰে টান

ঐ একো এটা দেখিয়ে যেন
বুকুত খুন্দে ধান
ঐ একো এটা দেখিয়ে যেন
বুকুত খুন্দে ধান

হিয়াজান তোৰে নাম
লৈ থাকো মই অবিৰাম
বুজাই কোৱা তান
তোক বুজাই কোৱা তান

ও মোৰে জান হিয়াজান
তোক পালে মই এৰি জাম
ঘৰ পৰিয়াল মোৰ ঘৰ পৰিয়াল

যৌৱ্ন শাওঁনেৰে বেলিটি চোকা ইমান
তোক ভাবি ভাবি কোমল
কোমল দেহালৈ পৰে টান

ঐ একো এটা দেখিয়ে যেন
বুকুত খুন্দে ধান
ঐ একো এটা দেখিয়ে যেন
বুকুত খুন্দে ধান

মনৰে মংগলদৈ আছেছোন খালি হৈ
উকিয়াই উকিয়াই সোমাই আহ
এগালমান মৰম লৈ

লইনো জা মোকে লৈ বুজিবি ভালেকৈ
ভালে পাই ভালে পাই থাকিম তোক
জীৱ্নতো থকালৈ

যৌৱ্ন শাওঁনেৰে বেলিটি চোকা ইমান
তোক ভাবি ভাবি কোমল
কোমল দেহালৈ পৰে টান

ঐ একো এটা দেখিয়ে যেন
বুকুত খুন্দে ধান
ঐ একো এটা দেখিয়ে যেন
বুকুত খুন্দে ধান



Credits
Writer(s): Palash Gogoi
Lyrics powered by www.musixmatch.com

Link