TAAI

যেতিয়া কাষলে তাই
আহোঁ-নাহোঁ কৰে হাঁই
মিচিকি হাঁহিৰে চাই
মোৰ মন যে কিয় পগলা হাঁই
যেতিয়া কাষলে তাই
আহোঁ-নাহোঁ কৰে হাঁই
লাজতে যেনি-তেনি চাই
মোৰ মন যে কিয় পগলা হাঁই

পিছে তাই যেতিয়া কথা পাতে মোৰ সতে
পিছে তাই যেতিয়া কথা পাতে মোৰ সতে
মই তেতিয়াহে ভাবো যে
"কোনোবা ইমান ধুনীয়া সঁচাকে কেনেকে হ'ব পাৰে ৰে!"

তাই যেতিয়া Instagram -ত সেই reels বোৰ দিয়ে
তাই যেতিয়া Instagram -ত সেই reels বোৰ দিয়ে
মই ঘৰৰে এটি কোণতে লুকাই-লুকাই
"গান গায় থাকো জানানে
আঃ কিজানিবা তোমাৰ লগত এদিন এটা duet কৰিব পাৰোৱেই,
পিছে মই বেয়া গাওঁ দেই এতিয়াই কৈছো"
"আঃ পিছে কথাখিন direct -এই কওঁ নেকি এতিয়া?"

শুনা চোন শুনা, এবাৰলে হলেও কোৱা
মোৰ এই feelings - খিনি
ইমানকেয কৈ আছো কিবা এটা reply -টো দিয়া
যেতিয়া তোমাকে কাষতে দেখো জানানে সঁচাকে
তেতিয়া মোৰ চকুৱে নেদেখে আন একোৱে
লগৰবোৰে পিছে বাৰে-বাৰে হাঁহে মোৰ ওপৰত
যেতিয়া কওঁ সিহঁতক, তুমি হ'বা মোৰ এদিন সঁচাকে
সিহঁতে হাঁহি-হাঁহি উৰাই দি কি কয় মোক জানা?

তাই চন্দ্ৰ, তই বাওঁনা
"তহঁতৰ মাজত নহয় একো ভাওনা বাদ দে,
তই বাদ দে বুজিছ!"
"আৰু এনেকে যেতিয়া শুনো ন
মোৰ কিবা কান্দো-কান্দো লাগে অ'
ঐ তুমি বুজিছা ন!"



Credits
Writer(s): Abhijeet Majumder, Mex Borbora
Lyrics powered by www.musixmatch.com

Link