Rimjim Barixhat

ৰিমঝিম বাৰিষাত তোমাৰ কথা পৰে মনত
তুমি নাই কাষত মোৰ, তোমাৰ কথা পৰে মনত
ৰিমঝিম বাৰিষাত তোমাৰ কথা পৰে মনত
তুমি নাই কাষত মোৰ, তোমাৰ কথা পৰে মনত
ৰিমঝিম বাৰিষাত

উৰোঁ উৰোঁ, মন বৰ উৰোঁ উৰোঁ
উৰোঁ উৰোঁ, মন বৰ উৰোঁ উৰোঁ
লাগিছে আজি মোৰ ভাবি তোমাৰ কথা
ৰিমঝিম বাৰিষাত তোমাৰ কথা পৰে মনত
তুমি নাই কাষত মোৰ, তোমাৰ কথা পৰে মনত
ৰিমঝিম বাৰিষাত তোমাৰ কথা পৰে মনত
তুমি নাই কাষত মোৰ, তোমাৰ কথা পৰে মনত
ৰিমঝিম বাৰিষাত

চাই আছোঁ, তোমালে' বাট চাই আছোঁ
চাই আছোঁ, তোমালে' বাট চাই আছোঁ
হিয়া কঁপে দুৰু দুৰু মেঘৰ গৰ্জনত
ৰিমঝিম বাৰিষাত তোমাৰ কথা পৰে মনত
তুমি নাই কাষত মোৰ, তোমাৰ কথা পৰে মনত
ৰিমঝিম বাৰিষাত তোমাৰ কথা পৰে মনত
তুমি নাই কাষত মোৰ, তোমাৰ কথা পৰে মনত
ৰিমঝিম বাৰিষাত



Credits
Writer(s): Pamela Banerjee
Lyrics powered by www.musixmatch.com

Link