Tumi Je Mur

নিয়ৰৰে শীতল টোপালতেই চোন
দেখিছিলো মই কাঁচিজোন
দূৰণিৰে পৰাই শুনিছিলো তোমাৰ
নুপুৰৰে ৰুণজুন-জুন
নিয়ৰৰে শীতল টোপালতেই চোন
দেখিছিলো মই কাঁচিজোন
দূৰণিৰে পৰাই শুনিছিলো তোমাৰ
নুপুৰৰে ৰুণজুন-জুন
বতাহে দিলেহি মোক গীতৰ সুৰ
পোহৰেও ক'লেহি চোন
তুমি যে মোৰ
তুমি যে মোৰ
তুমি যে মোৰ
তুমি যে মোৰ

মন মোৰ আজি ৰামধেনু ৰঙী
এটি যেন প্ৰহেলিকা
সপোনতো আজি তুমিয়েই তুমি
উজ্বলালা মোৰ অমানিশা
মন মোৰ আজি ৰামধেনু ৰঙী
এটি যেন প্ৰহেলিকা
সপোনতো আজি তুমিয়েই তুমি
উজ্বলালা মোৰ অমানিশা
মন আজি নাচিছে গোলাপৰে পাহিত
এতিয়া বিলীন মই
তোমাৰে হাঁহিত
তোমাৰে হাঁহিত

নিয়ৰৰে শীতল টোপালতেই চোন
দেখিছিলো মই কাঁচিজোন
দূৰণিৰে পৰাই শুনিছিলো তোমাৰ
নুপুৰৰে ৰুণজুন-জুন
বতাহে দিলেহি মোক গীতৰ সুৰ
পোহৰেও ক'লেহি চোন
তুমি যে মোৰ
তুমি যে মোৰ
তুমি যে মোৰ
তুমি যে মোৰ



Credits
Writer(s): Tanmoy Kumar
Lyrics powered by www.musixmatch.com

Link