Nikhar Aalap

নিমাতে নিৰৱে
নিশাটি মোৰ পাৰ হয়
ভাবনাৰে আঁৰে আঁৰে
উজাগৰে অকলশৰে
নিমাতে নিৰৱে
নিশাটি মোৰ পাৰ হয়
ভাবনাৰে আঁৰে আঁৰে
উজাগৰে অকলশৰে

বন্ধ কোঠালি উদং মন
ক্ষণে প্ৰতি শত ৰণ

বন্ধ কোঠালি উদং মন
ক্ষণে প্ৰতি শত ৰণ
আহ বাৰিষা বুৰাই তমসা
জগতৰে ধাৰাসাৰে
জগতৰে ধাৰাসাৰে
ভিজা অমানিশা তোৰে মোৰে
সিপাৰে দিন পোহৰৰে
পোহৰৰে
নিমাতে নিৰৱে
নিশাটি মোৰ পাৰ হয়
ভাবনাৰে আঁৰে আঁৰে
উজাগৰে অকলশৰে
অকলশৰে... অকলশৰে



Credits
Writer(s): Trideep Kalita
Lyrics powered by www.musixmatch.com

Link