Mon Bihongo

উৰি যায়
উৰি যায়
মন বিহংগ
পাৰ হৈ
পাৰ হৈ
নদী অৰণ্য

পাহাৰেও
নোৱাৰে
ৰুধিব মোক
মোৰ বিহগী মনক
মোৰ পৰিভ্ৰমী মন

উৰি যায়
মন বিহংগ
পাৰ হৈ
পাৰ হৈ
নদী অৰণ্য

হেঁপাহৰ আকাশে
বাউলি মাতে
বুকুতে ঢালে

হেঁপাহৰ আকাশে
বাউলি মাতে
জোনেও মায়াবী সুৰ

দুখনি ডেউকা
উৰিবৰ জোখাৰে
অসীমৰ সীমনা
যে তোৰেই
যে তোৰেই
ও বিহগী মন

স্নিগ্ধ জোনাক হৈ
তোৰ খিৰিকীৰে সৰকি
তোকো লগতে লৈ
উৰা মাৰিম
জোন তৰালিৰে
হাতিপতীৰে গৈ
কথা পাতিম



Credits
Writer(s): Jayanta Neog, Juty Daimari
Lyrics powered by www.musixmatch.com

Link