Jajabori Priya

যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ'ম তোমাৰে ছাঁয়া
যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ'ম তোমাৰে ছাঁয়া

সপোনতো ৰ'ম দিঠকতো ৰ'ম
তোমাতে বিলীন হ'ম
জোনাকতো ৰ'ম এন্ধাৰতো ৰ'ম
হিয়া ফালি দিম মৰম

You are not alone
You are not alone

যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ'ম তোমাৰ ছাঁয়া

প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ'ব তোমাৰ
প্ৰতিটো পুৱা জীৱনজোৰা লগৰী হ'ম তোমাৰ
অ' অ' অ'
প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ'ব তোমাৰ
প্ৰতিটো পুৱা জীৱনজোৰা লগৰী হ'ম তোমাৰ

জীৱনতো ৰ'ম মৰণতো ৰ'ম
উজাৰি দিলোঁ জীৱন
তোমাৰে হ'ম কাষতে ৰ'ম
জনমে জনম

You are not alone
You are not alone

যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ'ম তোমাৰ ছাঁয়া

জীৱন ৰঙীন নহয় জানা ৰঙা ৰঙা সেন্দূৰে
জীৱন তোমাৰ ৰঙা কৰিম কলিজাৰ মৰমেৰে
অ' অ' অ'
জীৱন ৰঙীন নহয় জানা ৰঙা ৰঙা সেন্দূৰে
জীৱন তোমাৰ ৰঙা কৰিম কলিজাৰ মৰমেৰে

সপোনতো ৰ'ম দিঠকতো ৰ'ম
তোমাতে বিলীন হ'ম
জোনাকতো ৰ'ম এন্ধাৰতো ৰ'ম
হিয়া ফালি দিম মৰম

You are not alone
You are not alone

যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ'ম তোমাৰ ছাঁয়া



Credits
Lyrics powered by www.musixmatch.com

Link