Ojanite

অজানিতে পৰিলে মনত
মই বুলি জানিবা
প্ৰেম আকৌ উজলিব তোমাৰ হৃদয়ত

অজানিতে পৰিলে মনত
মই বুলি জানিবা
প্ৰেম আকৌ উজলিব তোমাৰ হৃদয়ত

তুমিটো যে নুবুজা
মোৰ হিয়াৰ ভাষা বোৰ
পাৰা যদি কোৱা মই বিচৰা কথা বোৰ
তুমিটো বুজিবা বুলিহে ভাবি মই

অজানিতে পৰিলে মনত
মই বুলি জানিবা
প্ৰেম আকৌ উজলিব তোমাৰ হৃদয়ত

অজানিতে পৰিলে মনত
মই বুলি জানিবা
প্ৰেম আকৌ উজলিব তোমাৰ হৃদয়ত

মই দিয়া মৰম বোৰ
হৈ পৰে অৰ্থহীন
আবেগতে ভাগি পৰে মোৰ হৃদয়
অ' অ' অ'
মই দিয়া মৰম বোৰ
হৈ পৰে অৰ্থহীন
আবেগতে ভাগি পৰে মোৰ হৃদয়

তুমিটো যে নুবুজা
মোৰ হিয়াৰ ভাষা বোৰ
পাৰা যদি কোৱা মই বিচৰা কথা বোৰ
তুমিটো বুজিবা বুলিহে ভাবি মই

অজানিতে পৰিলে মনত
মই বুলি জানিবা
প্ৰেম আকৌ উজলিব তোমাৰ হৃদয়ত

অজানিতে পৰিলে মনত
মই বুলি জানিবা
প্ৰেম আকৌ উজলিব তোমাৰ হৃদয়ত

হেৰাই যোৱা ভয়তে
কলিজা মোৰ কপিব
অজানিতে পৰি মনত
মৰমবোৰে কন্দিব
অ' অ' অ'
হেৰাই যোৱা ভয়তে
কলিজা মোৰ কপিব
অজানিতে পৰি মনত
মৰমবোৰে কন্দিব

তুমিটো যে নুবুজা
মোৰ হিয়াৰ ভাষা বোৰ
পাৰা যদি কোৱা মই বিচৰা কথা বোৰ
তুমিটো বুজিবা বুলিহে ভাবি মই

অজানিতে পৰিলে মনত
মই বুলি জানিবা
প্ৰেম আকৌ উজলিব তোমাৰ হৃদয়ত

অজানিতে পৰিলে মনত
মই বুলি জানিবা
প্ৰেম আকৌ উজলিব তোমাৰ হৃদয়ত



Credits
Lyrics powered by www.musixmatch.com

Link