Adhorua Xobdo

ভালপোৱা জানো এনেকুৱা
কপেনে বুকু যেন ভাগৰুৱা
ভালপোৱা জানো এনেকুৱা
লাগেনে বুকু যেন আধৰুৱা

খেলি মেলি প্ৰতিটো পুৱাত
হেপাহতে নিজক সজোৱাত
ভাবনাতে তুমি যেন মোৰ এতিয়া

চোৱানা মৰম লোৱানা মৰম
উশাহতে থাকিব দিয়া
চোৱানা মৰম লোৱানা মৰম
উশাহতে থাকিব দিয়া

সপোন যেনেকৈ আকৌ
তোমাৰ দুচকুত
মৰম কেনেকৈ সানো
তোমাৰ দুবাহুত

আধৰুৱা শব্দ মোৰ
কবিতাত লীন হৈ
কাষৰতে ৰৈও আজি
অচিনাকি তুমি মই

খেলি-মেলি প্ৰতিটো নিশা
উশাহৰে অবিৰত তৃষা
ভাবনাতে তুমি যেন মোৰ এতিয়া

চোৱানা মৰম লোৱানা মৰম
উশাহতে থাকিব দিয়া
চোৱানা মৰম লোৱানা মৰম
উশাহতে থাকিব দিয়া
অ' অ' অ'



Credits
Lyrics powered by www.musixmatch.com

Link