Murchona - Cover

সাতোঁ ৰং সনা
মোৰে কল্পনা
সুৰৰে নদী সাগৰলৈ বয়
গায় বন্দনা
তুমি মূৰ্ছনা
যদিও বিলম্বিত লয়

সাতোঁ ৰং সনা
মোৰে কল্পনা
সুৰৰে নদী সাগৰলৈ বয়
গায় বন্দনা
তুমি মূৰ্ছনা
যদিও বিলম্বিত লয়

নিশাৰ এন্ধাৰে যদিও আৱৰে
পোৱাৰ সুৰুজ পুনৰ আহিব
নৱ চেতনাৰে জ্যোতি প্ৰকাশৰে
আন্ধাৰ আকাশ পোহৰ কৰিব

চেতনাৰ জ্যোতি
চেতনাৰ জ্যোতি

মোৰ সৃষ্ট সুৰে অসুৰ নাশিব
প্রান্তে প্রান্তে সেই সুৰ বাজিব
মোৰ সৃষ্ট সুৰে অসুৰ নাশিব
প্রান্তে প্রান্তে সেই সুৰ বাজিব
মূৰ্ছনা মূৰ্ছনা
মূৰ্ছনা মূৰ্ছনা

মনেৰে ভাৱনা হয় জ্যোতি কণা
সূৰ্যমুখীৰ সতে সুৰ সমলয়
পাহৰি বেদনা মনোৰঞ্জনা
জ্যোতিৰ প্ৰয়াসী পৰিচয়

মনেৰে ভাৱনা হয় জ্যোতি কণা
সূৰ্যমুখীৰ সতে সুৰ সমল
পাহৰি বেদনা মনোৰঞ্জনা
জ্যোতিৰ প্ৰয়াসী পৰিচয়

নিশাৰ এন্ধাৰে যদিও আৱৰে
পোৱাৰ সুৰুজ পুনৰ আহিব
নৱ চেতনাৰে জ্যোতি প্ৰকাশৰে
আন্ধাৰ আকাশ পোহৰ কৰিব

চেতনাৰ জ্যোতি
চেতনাৰ জ্যোতি

মোৰ সৃষ্ট সুৰে অসুৰ নাশিব
প্রান্তে প্রান্তে সেই সুৰ বাজিব
মোৰ সৃষ্ট সুৰে অসুৰ নাশিব
প্রান্তে প্রান্তে সেই সুৰ বাজিব

মূৰ্ছনা মূৰ্ছনা
মূৰ্ছনা মূৰ্ছনা



Credits
Lyrics powered by www.musixmatch.com

Link