Botah Jaake

বতাহজাকে
উমলি
কাষলে আহি মোক ক'লে
তুমিতো জানা বুজা
মোৰ হৃদয়ৰ কথা
বতাহজাকে॥

সা ৰে গা ৰে নি ৰে সা
সা ৰে গা ৰে নি ৰে সা
পা মা গা
মা গা ৰে
গা ৰে সা
সা সা গা গা
মা মা পা
সা সা গা গা
পা মা সা

ধুমুহাই আকুল
মনৰে বাগিছা
হলো মই আজি
দুৱৰিৰ দৰে ঠুনুকা
ধুমুহাই আকুল
মনৰে বাগিছা
হলো মই আজি
দুৱৰিৰ দৰে ঠুনুকা

বতাহজাকে কলেহি আহি
কাষলে আহি মোক আজি
তুমিতো জানা বুজা
মোৰ হৃদয়ৰ কথা
বতাহজাকে॥

বিৰহৰ ৰাগী
পছোৱা উদাসী
জিৰণি বিচাৰি
মনৰে বাগৰ হ'লাহি
বিৰহৰ ৰাগী
পছোৱা উদাসী
জিৰণি বিচাৰি
মনৰে বাগৰ হ'লাহি

বতাহজাকে কলেহি আহি
তুমিতো জানা মোৰ হৃদয়ৰ কথা
বতাহজাকে
বতাহজাকে
বতাহজাকে



Credits
Lyrics powered by www.musixmatch.com

Link