Jupitora

হৰিণী নয়নজুৰি
কাজল সনা পৰী
মৰম লাগিছে তোমাক
মন মোৰ কিয় নিলা হৰি
হৰিণী নয়নজুৰি
কাজল সনা পৰী
মৰম লাগিছে তোমাক
মন মোৰ কিয় নিলা হৰি।
ও... জুপিতৰা
তৰা
তৰা
হ'লা মনৰ বতৰা
তৰা
তৰা
ও... জুপিতৰা
হ'লা মনৰ বতৰা
দুচকুৰে চাৱনিত
কিযে মোহিনীবান এৰিলা
ও... জুপিতৰা
কিনো ৰূপে মায়াসনা
তাকে দেখি মোৰো মন
আজি ফাগুনীচিলা।
উৰুঙা মোৰ কলিজাতে
আৱেগৰ কাঁইটে বিন্ধিছে
সুকোমল মৰমো উথলিছে তোমালে
যাযাবৰী জীৱনে আজি মোক
বাৰুকৈয়ে সুধিছে?
তুমিবিহীন ক্ষণ ৰঙীন
হ'ব জানো সঁচাকে
আধৰুৱাকৈ নাযাবা এৰি মোক শেষত
তলসৰা বকুলৰ দলিচা পৰিব মৰহি শৰৎৰ।
ও... জুপিতৰা
তৰা
তৰা
ও... জুপিতৰা
হ'লা মনৰ বতৰা
দুচকুৰে চাৱনিত
কিযে মোহিনীবান এৰিলা
ও... জুপিতৰা
কিনো ৰূপে মায়াসনা
তাকে দেখি মোৰো মন
আজি ফাগুনীচিলা।
You are the only one
Whom I've faith most of times
Dawn of the darkest path
You are my firefly
You are the only one
Whom I've faith most of times
Dawn of the darkest path
You are my firefly



Credits
Lyrics powered by www.musixmatch.com

Link