Nilanjana

নীলাঞ্জনা নামৰ কোন তুমি?
নীলাঞ্জনা নামৰ কোন তুমি?
নীলাঞ্জনা নামৰ কোন তুমি?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি?
নীলাঞ্জনা নামৰ কোন তুমি?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি?
প্ৰেমে ৰাঙী হৈ গলেনি আকাশ
নীলাঞ্জনা নামে সকলোঁ লাগে ভাল
কি হলে বুকুতে মনতে তুমিয়েই
হঠাতে দেখিলোঁ পৰিলোঁ প্ৰেমতে
তোমাৰেই আজি মই চায়া হৈ ৰম
প্ৰতিটোপলেই মায়া হৈ কম
কেতিয়াও নাপাহৰিবা লগত আছো মই
সপোনবোৰ সজাবা সকলো সফল কৰিম মই
নীলাঞ্জনা নামৰ কোন তুমি?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি?
নীলাঞ্জনা নামৰ কোন তুমি?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি?
যেতিয়া তুমি অহা নাছিলা মোৰ জীৱনতে
কিয়নো লাগিছিলে মই যেন খালি অজানিতে
তোমাতেই দেখিছোঁ মোৰ ছায়া আজি
তোমাতেই যেন মোৰ সকলো মায়া
তোমাতেই দেখিছোঁ মোৰ ছায়া আজি
তোমাতেই যেন মোৰ সকলো মায়া
তুমিয়েই টো জীয়াই থকাৰ কাৰণ আৰু তুমি
দিয়া প্ৰেৰণা যুঁজ এই জীৱনৰে
বহু দূৰত থাকিও কিয় মোৰ এনে লাগে
কেতিয়ানো আহিবা ঘূৰি এই জীৱনতে
নীলাঞ্জনা নামৰ কোন তুমি?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি?
নীলাঞ্জনা নামৰ কোন তুমি?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি?
নীলাঞ্জনা নামৰ কোন তুমি?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি?
নীলাঞ্জনা নামৰ কোন তুমি?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি?



Credits
Lyrics powered by www.musixmatch.com

Link