Roh Rohedoi

অ' হাই ঐ
ঐ কাকিনী তামোলে
ঐ বাৰীখন শুৱনি ঐ
ঐ আকাশৰ শুৱনি তৰা
ঐ আকাশৰ শুৱনি তৰা
ঐ মৰমৰ নদীখন
ওফন্দি উঠিছে ঐ
ঐ তোমাক চোন দেখাৰে পৰা
অ' ৰহ ৰহেদৈ
মৰমৰ এ গঢ়া
ৰহ ৰহেদৈ
ভলেকৈ ভৰি দিৱা
অ' ৰহ ৰহেদৈ
তোমাৰনো চেঙেলীয়া
তোমাৰনো চেঙেলীয়া মন (Chorus)
অ' ৰহ ৰহেদৈ
আশাদি মোক নিৰাশা
ৰহ ৰহেদৈ
কিয়নো মোক কৰিলা
ৰহ ৰহেদৈ
লাগিব দুখ অন্তৰত
লাগিব দুখ অন্তৰত চাবা (Chorus)
ঐ যৌবন দুদিনীয়া এ' নাচনী
নকৰিবা চলনা নকৰিবা চলনা
এ' মৰম আচতিয়া এ' নাচনী
হ'বনো যুগমীয়া হ'বনো যুগমীয়া
ঐ' মৰম বুলাই মোৰে বুকুত
ললাহি থিতাপি
ঐ ওৰে ৰাতি মৰম যাচি
নেযাওঁ ভাগৰি
ঐ' মৰম বুলাই মোৰে বুকুত
ললাহি থিতাপি
ঐ ওৰে ৰাতি মৰম যাচি
নেযাওঁ ভাগৰি
অ' আইয়ে বিচাৰে ৰূপতে ৰূপৱতী
গুণেহনো গুণৱতী গুণেহনো গুণৱতী
লখিমী খোজেৰে কেতিয়ানো আহিলৈ
কৰিবা ঘৰ শুৱনি কৰিবা ঘৰ শুৱনি
তোমাৰে মুখনি চাইনো চাই নেলাগে আমনি
সুখে দুখে বুকুৰ মাজত থাকিবা ওমলি
জীৱনেহে মৰণে তোমাকে ৰাখিম
জীৱনেহে মৰণে তোমাকে ৰাখিম
জীৱনেহে মৰণে তোমাকে ৰাখিম



Credits
Writer(s): Deep Diju
Lyrics powered by www.musixmatch.com

Link