Ako Ahil Durga Puja

য়া দেৱী
সৰ্ব ভূতেশু
শক্তি ৰূপে না সংস্থিতা
নমস্তাস্যই নমস্তাস্যই
নমস্তাস্যই নমো নমঃ
আহিল আহিল আকৌ আহিল
দুৰ্গা পূজা
ঢোলে মাতে পেপাই মাতে
কি যে মজা
উদুলি মুদুলি আজি পূজাৰ মেলা
মঙ্গল ধ্বনি বাজে দিনে নিশা
আৰতিৰ ধ্বনি শুনি সাৰদি মা
ধৰালৈ নামিছে আদৰো আহা
আহিল আহিল আকৌ আহিল
দুৰ্গা পূজা
ঢোলে মাতে পেপাই মাতে
কি যে মজা
উদুলি মুদুলি আজি পূজাৰ মেলা
মঙ্গল ধ্বনি বাজে দিনে নিশা
বোলো দুৰ্গা মাই কি জয়
বোলো দুৰ্গা মাই কি জয়
মা অ মা
তুমি দুৰ্গা মা
আজি সপ্তমীত
আমি কৰিছোঁ পূজা
মা অ মা
তুমি সাৰদি মা
তোমাৰ চৰণ চুই
কৰিছোঁ শক্তি কামনা
নতুন সাঁজোন - কাচোন নতুন আশা
না না ৰঙী পোহৰৰে খেলা
চৌ দিখে আজি আনন্দৰ মেলা
নাচো নাচো কৰে আমাৰে গা
আৰতিৰ ধ্বনি শুনি সাৰদি মা
ধৰালৈ নামিছে আদৰো আহা
আহিল আহিল আকৌ আহিল
দুৰ্গা পূজা
ঢোলে মাতে পেপাই মাতে
কি যে মজা
উদুলি মুদুলি আজি পূজাৰ মেলা
মঙ্গল ধ্বনি বাজে দিনে নিশা
বোলো দুৰ্গা মাই কি জয়
বোলো দুৰ্গা মাই কি জয়
মা অ মা
তোমাৰ কি মহিমা
আজি অষ্টমীত তোমাক
অঞ্জলি দি কৰো পূজা
মা অ মা
মমতাময়ী মা
তোমাৰ চেনেহত ধুনীয়া এই ধৰা
নৱমীত তোমাকে কৰো সেৱা
দশমীত দুখেৰে বিদায় দিয়া
এয়া যে আমাৰে পৰম্পৰা
আকৌ আহিব আমাৰে মা
আৰতিৰ ধ্বনি শুনি সাৰদি মা
ধৰালৈ নামিছে আদৰো আহা
আহিল আহিল আকৌ আহিল
দুৰ্গা পূজা
ঢোলে মাতে পেপাই মাতে
কি যে মজা
উদুলি মুদুলি আজি পূজাৰ মেলা
মঙ্গল ধ্বনি বাজে দিনে নিশা
আৰতিৰ ধ্বনি শুনি সাৰদি মা
ধৰালৈ নামিছে আদৰো আহা
আহিল আহিল আকৌ আহিল
দুৰ্গা পূজা
ঢোলে মাতে পেপাই মাতে
কি যে মজা
উদুলি মুদুলি আজি পূজাৰ মেলা
মঙ্গল ধ্বনি বাজে দিনে নিশা ||



Credits
Writer(s): Polash Shivam
Lyrics powered by www.musixmatch.com

Link