Bohagote nasim tomak loi

বহাগতে মনত

প্ৰেমৰ ভাব আহিচে, তোমাক না সালে অ মনোর মনি কিবা কিবি লাগিচে
নেদেখিলে অ মনোৰ মনি কিবা কিবি লাগিচে

নলগাবা ক্রিম পাউডাৰ এনেই ধুনীয়া, তুমি হোলা মুরে মৰমৰে কলিজা
দেখাত যেন তুমি কোনো স্বৰ্গৰ তৰা, ভাল পাও তোমাক মই অন্তৰৰ পৰা
পক্ষী যেন আকাশলৈ ডেউকা মেলি যায়, মন মোৰ চাই তোমাক মতলীয়া হয় যায়
বহাগতে পাতিম বিয়া অই, মইনা অই বিহুতে নাচিম তোমাক লৈ
বিহুতে নাচিম তোমাক লৈ
বিহুতে নাচিম তোমাক লৈ

ভালপাওঁ তোমাক কিমান বুজাব নোৱাৰো, তুমি মাথো মোৰ হবা সেইয়া এ বিচাৰো
তুমি মাথো মোৰ হবা সেইয়া এ বিচাৰো
ভালপাওঁ বুলি কবলৈ সময় নালাগে, প্রেম জীয়াই ৰাখিবলে উরে জীৱনটো লাগে
প্রেম জীয়াই ৰাখিবলে উরে জীৱনটো লাগে
মোৰ এই জীৱনৰ তুমি প্ৰতিটো কাৰণ, প্ৰতিটো আশা আৰু প্ৰতিটো সপোন
ঋতু যে প্ৰেমৰ বসন্ত অই, বিহুতে নাচিম তোমাক লৈ
বিহুতে নাচিম তোমাক লৈ
বিহুতে নাচিম তোমাক লৈ
বিহুতে নাচিম তোমাক লৈ

কিয় কপৌ ফুল লাগে বহাগতে ধুনীয়া, তাতকেই ধুনীয়া তুমি অ মোৰ নাজি তোরা
তাতকেই ধুনীয়া তুমি অ মোৰ নাজি তোরা
কিনো ভাবি আচা ৰৈ প্রেমৰে ভাবনা লৈ, আহিবা আমাৰ তালৈ বিয়াৰ কথা কৰিবলয়ে
আহিবা আমাৰ তালৈ বিয়াৰ কথা কৰিবলয়ে
অ যান মনি তোমাকে ভাভু বহি নদীর পারতে, ধুনীয়া প্ৰেমৰ ফুল ফুলি আসে মনত
তুমি যে মুরে মৰমৰ
বিহুতে নাচিম তোমাৰ হৈ, বিহুতে নাচিম তোমাৰ হৈ
নলগাবা ক্রিম পাউডাৰ এনেই ধুনীয়া, তুমি হোলা মুরে মৰমৰে কলিজা
দেখাত যেন তুমি কোনো স্বৰ্গৰ তৰা, ভাল পাও তোমাক মই অন্তৰৰ পৰা
পক্ষী যেন আকাশলৈ ডেউকা মেলি যায়, মন মোৰ চাই তোমাক মতলীয়া হয় যায়
বহাগতে পাতিম বিয়া অই, চেনাইটি অই নাচিলু বিহু তোমাৰ হৈ
নাচিলু বিহু তোমাৰ হৈ
নাচিলু বিহু তোমাৰ হৈ
নাচিলু বিহু তোমাৰ হৈ



Credits
Writer(s): Anil Prajapat
Lyrics powered by www.musixmatch.com

Link