Tai Kelei Nai

Eskimos
নাই, তাই আজি নাই
নাই, তাই আজি নাই লগতে মোৰ
তাই কেলেই নাই
নাই, তাই আজি নাই লগতে মোৰ
তাই কেলেই নাই
কেনেকে মই বুজাও নিজকে
যে তুমি আজি নাই
মোৰ মনেতো বুজিবলে নোখোজে
তুমি আজিজে নাই
কেলেই কিনোযে হল
ভালপোৱা আছে তোমাৰেই
কেলেই কিনোযে হল
ভালপোৱা আছে তোমাৰেই
মই পাগল এটা, মই নুবুজো একোৱেই
মই পাগল এটা, মই নুবুজো একোৱেই
নাই, তাই কিয় নাই লগতে মোৰ
তাই কেলেই নাই
নাই, তাই কিয় নাই লগতে মোৰ
তাই কেলেই নাই
তাই বাৰু কেলেই নাই মোৰ লগতে (এ এ এ)
তাই হঠাতে কত গুচি গলযে হঠাতে
তাইকে বিচাৰযে মোৰ ৰাতিৰ টোপনি ক্ষতি
Blame নাই দিয়া but বুজাইচো মই
সকলোতে, সকলোতে
মই কিয়, মই কিয়
কষ্ট বোৰ পাওজে বেচিকে
নাই, তাই আজি নাই লগতে মোৰ
তাই কেলেই নাই
নাই, তাই আজি নাই লগতে মোৰ
তাই কেলেই নাই (yeah)



Credits
Lyrics powered by www.musixmatch.com

Link