Bhul Koru

বাৰে বাৰে
মই ভুল কৰোঁ, মই ভুল কৰোঁ
Jvryo this is great
(ভুল কৰোঁ)
মই বাৰে বাৰে যে এটাই ভুল কৰোঁ (yeah)
মই বাৰে বাৰে যে এটাই ভুল কৰোঁ (yeah)
মই পৰিযাওঁ to the floor কোনো নাহে (কোনো নাহে)
Life saver বুলি কবলে নাছিলে (নাছিলে)
I was high in my pain burry সকলোতে (সকলোতে)
দেউতাই কৈছিলে নাজাবি দুৰলে
আজিতো মইজে আছোঁ বহু দূৰ (বহু দূৰ)
কথা মোৰ লৰালিৰে মই আছিলোঁ good (yeah, yeah)
কিছুমান সপোন লৈ মই ৰাওনা to the moon (to the moon)
Pray কৰি আছোঁ যাতে মই ঘুৰি আহো
নাই আজি ঘৰ মোৰ নাই আজি ঠিকনা
মই হলো মুক্ত মোৰ নাই বেদনা
মই মোক ভালপাও নহয় কথা সঁচা
নিজকে মাৰিছো আৰু নাই পৰা
জীৱনত turning point's আহি আছে
মই সাহসী মোৰ ভয় নেলাগে (নেলাগে)
তথাপিও চিন্তা মোৰ যে আগতে (আগতে)
আৰু মোৰ মণেও কথাবোৰ নুশুনে (নুশুনে)
হওঁফালৰ পৰা ঢৌ আহিছে (আহিছে)
লগতে মোক উটুৱাই নিছে (নিছে)
হওঁফালৰ পৰা ঢৌ আহিছে (আহিছে)
লগতে মোক উটুৱাই নিছে (নিছে)
Yeah, yeah, yeah, yeah
বাৰে বাৰে
মই ভুল কৰোঁ (ভুল কৰোঁ)
মই ভুল কৰোঁ (ভুল কৰোঁ)
মই বাৰে বাৰে যে এটাই ভুল কৰোঁ (yeah)
মই বাৰে বাৰে যে এটাই ভুল কৰোঁ (yeah)
মই পৰিযাওঁ to the floor কোনো নাহে (কোনো নাহে)
Life saver বুলি কবলে নাছিলে (নাছিলে)
I was high in my pain burry সকলোতে (সকলোতে)
দেউতাই কৈছিলে নাজাবি দুৰলে
অতীতৰ কথায়ে কৰাই মোক মনতে (মনতে)
মই নাই পোৱা যে মোক বিচাৰিয়েই (বিচাৰিয়েই)
মোৰ কথা মোৰ মনৰ মাজত থাকে (মাজত থাকে)
সৰু মোৰ পৃথিৱী মোৰ মাজতে (মোৰ মাজতে)



Credits
Lyrics powered by www.musixmatch.com

Link