Shama Thakile

চম্মা থাকিলে
জৰুৰ জৰুৰ
পৰৱানা যে আহিবই

ৱাঃ ৱাঃ ৱাঃ চাচা

দৰ্জী মানুহ কি গাম?

চম্মা থাকিলে
জৰুৰ জৰুৰ
পৰৱানা যে আহিবই
বিজুলী দেখিলে
আচমানখনো জিলিকি জিলিকি উথিবই

চম্মা থাকিলে
জৰুৰ জৰুৰ
পৰৱানা যে আহিবই

ৱাঃ ৱাঃ ৱাঃ চাচা

মনৰ কাপোৰ ফাটি গলেলেও
মহব্বতে চিলাবই
মনৰ কাপোৰ ফাটি গলেলেও
মহব্বতে চিলাবই
দুটা দিলৰ
দুটা দিলৰ
দুই ইনচানক
নিকাহে এটা কৰিবই
সাথ হি সাথ
দুই ইনচানক
নিকাহে এটা কৰিবই

চম্মা থাকিলে
জৰুৰ জৰুৰ
পৰৱানা যে আহিবই

এই যোৰা পাভ যোৰা
যোৰা এই মামুলি নহয়
এই যোৰা পাভ যোৰা
যোৰা এই মামুলি নহয়

ই আলী আৰু ফাতিমাৰ যোৰা
যোৰা কায়ম থাকিবই
ই আলী আৰু ফাতিমাৰ যোৰা
যোৰা কায়ম থাকিবই

চম্মা থাকিলে
জৰুৰ জৰুৰ
পৰৱানা যে আহিবই

পৰৱৰ দিগাৰক
দোৱা মাগিছো
পৰৱৰ দিগাৰক
দোৱা মাগিছো
জিন্দেগী সুন্দৰ হবই
পৰৱৰ দিগাৰক
দোৱা মাগিছো
জিন্দেগী সুন্দৰ হবই

বিজুলী দেখিলেই
আচমানৰো দিল ঢড়ক ঢড়ক কৰিবই
বিজুলী দেখিলেই
আচমা্নৰো দিল ঢড়ক ঢড়ক কৰিবই

চম্মা থাকিলে
জৰুৰ জৰুৰ
পৰৱানা যে আহিবই



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link