Indradhanu (Karaoke)

(মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম)২
(সাত ৰঙেৰে নীলা কৰাই যতনেৰে তৰিম)২
(ইন্দ্ৰধনু গঢ়িম)২
(মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম)২
(মেদূৰ মেঘৰ মাদল কোবাই)২
গগন গগনাই আলফুলে বায়
(বিজুঁলি নতিৰ নাচোনটি চাই)২
(দেও দি দেও দি নাচিম)২
(ইন্দ্ৰধনু গঢ়িম)২
(মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম)২
(কিন কিনিয়া চকুলোৰে কুমুনীয়া ভাষনেৰে)২
(প্ৰণয় সূৰুয দেৱতাৰে)২
(জিনিকনি সানিম)২
(মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম)২
(ইন্দ্ৰধনু গঢ়িম)৪
মিগাং মৃন্ময় মিলি
গাওঁ-বিহগুৰি, ডাক-কামদেৱাল, জিলা-শোণিতপুৰ(অসম), পিন-৭৮৪১৬৯, ফোন-৯৫৭৭ ০০৬৩৫৬, ৮৪০৪০৯৬৪৯৮, ৮৫৫৭৯৩৫১৪১



Credits
Lyrics powered by www.musixmatch.com

Link