Kaanaai Paar Karaa

(হে)কানাই পাৰ কৰা হে বেলিৰ পৰিল চঁয়া
(এ)নষ্ট হৈল' দুধেৰ ভান্ডাৰ বাজাৰ গৈ'ল ব'য়া
পাৰ কৰা হে বেলিৰ পৰিল চঁয়া
নষ্ট হৈ'ল দুধেৰ ভান্ডাৰ বাজাৰ গৈ'ল ব'য়া

কাঠাৰে দেশতে থাকা অ অ অ
কাঠাৰ কিবা দুখ
ভাঙা নৈকাত পাৰ কৰি কিবা পোৱা সুখ
কানাই পাৰ কৰা হে বেলিৰ পৰিল চঁয়া
নষ্ট হৈল' দুধেৰ ভান্ডাৰ বাজাৰ গৈ'ল ব'য়া

ভাঙা নহয় চিঙা নহয় গামেৰিৰে সাৰ
ভাঙা নহয় চিঙা নহয় গামেৰিৰে সাৰ
হস্থী ঘোঁৰা পাৰ কৰা, ৰাধাৰ কিমান ভাৰ
কানাই পাৰ কৰা হে বেলিৰ পৰিল চঁয়া
নষ্ট হৈল' দুধেৰ ভান্ডাৰ বাজাৰ গৈ'ল ব'য়া

অন্য লোকক পাৰ কৰিলা অ অ অ
লৈয়া আনা আনা
তোমাৰ ৰাধাক পাৰ কৰিলা লৈ য়া কাণৰ সোণা
কানাই পাৰ কৰা হে বেলিৰ পৰিল চঁয়া
নষ্ট হৈল' দুধেৰ ভান্ডাৰ বাজাৰ গৈ'ল ব'য়া
পাৰ কৰা হে বেলিৰ পৰিল চঁয়া
নষ্ট হৈল' দুধেৰ ভান্ডাৰ বাজাৰ গৈ'ল ব'য়া



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link