Sonor Harin Tui Kato Dekhili

১৯২৯ চনত সৰুচৰাই বাগিচাত কাম কৰোতে লিখা সুৰীয়া নাট সোণৰ সোলেংত পাৰ্বতী প্ৰসাদে
সোণৰ হৰিনা বিচাৰি ফুৰি হাবাথুৰি খায়

সোণৰ হৰিণা তই ক'ত দেখিলি
তই ক'ত দেখিলি
সোণৰ হৰিণা তই ক'ত দেখিলি
ছাঁ-জুইৰ পোহৰত ধন লেখিলি
তই ক'ত দেখিলি

দূৰত ৰূপৰ ছায়া
চকুত লাগিছে মায়া
সমুখত উৰে জীয়া
উৰে পখিলী
তই ক'ত দেখিলি
তই ক'ত দেখিলি
সোণৰ হৰিণা তই ক'ত দেখিলি
তই ক'ত দেখিলি

বননিত ৰঙা দুটি
পলৰীয়া ভৰি
অ' বলিয়া খেদা মাৰি
পাবি জানো ধৰি
বননিত ৰঙা দুটি
পলৰীয়া ভৰি
অ' বলিয়া খেদা মাৰি
পাবি জানো ধৰি

মায়াৰ ফাণ্ডত পৰি
হৰিণে লুকাব ভৰি
জীয়াৰ পৰিব সৰিব পখী দুখিলি
তই ক'ত দেখিলি
তই ক'ত দেখিলি
সোণৰ হৰিণা তই ক'ত দেখিলি
তই ক'ত দেখিলি
সোণৰ হৰিণা তই ক'ত দেখিলি
তই ক'ত দেখিলি
ছাঁ-জুইৰ পোহৰত ধন লেখিলি
তই ক'ত দেখিলি
তই ক'ত দেখিলি



Credits
Writer(s): Parbati Prasad Barua
Lyrics powered by www.musixmatch.com

Link