Tejimola

তেজীমলা ক'তে আছা
তেজীমলা ক'তে আছা

যদি মোৰ মন পখীয়ে গৈ
যদি জোৰে গীত কাষতে ৰৈ

তুমি গোলাপৰে ধুনীয়া কলি
মাথো কাঁইটেৰে আঁচোৰা পাহি
তুমি গোলাপৰে ধুনীয়া কলি
মাথো কাঁইটেৰে আঁচোৰা পাহি

তেজীমলা ক'তে আছা
তেজীমলা ক'তে আছা

মাহীআয়ে দিলে সোণ যমৰে যাতনা
ঢেঁকী দি খুন্দিলে ভৰি
পাতৰে কাপোৰত ভৰাই দি অঙঠা সাউদক লগালে সাজি

মাহীআয়ে দিলে সোণ যমৰে যাতনা
ঢেঁকী দি খুন্দিলে ভৰি
পাতৰে কাপোৰত ভৰাই দি অঙঠা সাউদক লগালে সাজি

যেন মেলি দিম দুখনি হাত
ল'ম জিৰণি তোমাৰে ছাঁত

তুমি গোলাপৰে ধুনীয়া কলি
মাথো কাঁইটেৰে আঁচোৰা পাহি
তুমি গোলাপৰে ধুনীয়া কলি
মাথো কাঁইটেৰে আঁচোৰা পাহি

তেজীমলা ক'তে আছা
তেজীমলা ক'তে আছা

হাতো মই নেমেলোঁ
ফুলো মই নিছিঙোঁ
নচপাওঁ বণিজৰে নাও
মগনীয়া বুঢ়ীয়েও নিজান দুপৰীয়া নেকাটে বাৰীৰে লাউ

হাতো মই নেমেলোঁ
ফুলো মই নিছিঙোঁ
নচপাওঁ বণিজৰে নাও
মগনীয়া বুঢ়ীয়েও নিজান দুপৰীয়া নেকাটে বাৰীৰে লাউ

জিৰি জিৰি বয় মৰত নদী
খেলিমেলি ঢৌ উজান ঘাটি

তুমি গোলাপৰে ধুনীয়া কলি
মাথো কাঁইটেৰে আঁচোৰা পাহি
তুমি গোলাপৰে ধুনীয়া কলি
মাথো কাঁইটেৰে আঁচোৰা পাহি

তেজীমলা ক'তে আছা
তেজীমলা ক'তে আছা

যদি মোৰ মন পখীয়ে গৈ
যদি জোৰে গীত কাষতে ৰৈ
তুমি গোলাপৰে ধুনীয়া কলি
মাথো কাঁইটেৰে আঁচোৰা পাহি
তুমি গোলাপৰে ধুনীয়া কলি
মাথো কাঁইটেৰে আঁচোৰা পাহি

তেজীমলা ক'তে আছা
তেজীমলা ক'তে আছা



Credits
Writer(s): Monoj, Monoj Sarma
Lyrics powered by www.musixmatch.com

Link