Aaitok Ki Hebe Pujim

আই তোক কিহেৰে পূজিমে
আই তোৰ চৰণে দুখানি
আই অ' কিহেৰে পূজিমে তোক
আই অ' জীৱন দি পূজিমে তোক

আই তোৰ মৰমী কোলাতে
আই মই জনমে লভিলোঁ
আই তোৰ কিহেৰে শুজিমে ধাৰ
আই অ' জীৱন দি সুজিমে ধাৰ

আই অ' আই
শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলোঁ কতনা খেলা
আই অ' আই
শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলোঁ কতনা খেলা
আই তোৰ মৰমবোৰ নিগৰি
আই অ' লুইত হৈ বাগৰে
আই অ' শান্তি সাগৰলে বুলি
আই অ' মহামিলনলে বুলি

আই তোক কিহেৰে পূজিমে
আই তোৰ চৰণে দুখানি
আই অ' কিহেৰে পূজিমে তোক
আই অ' জীৱন দি পূজিমে তোক
আই অ' জীৱন দি পূজিমে তোক
আই অ' জীৱন দি পূজিমে তোক



Credits
Writer(s): Mukul Barua
Lyrics powered by www.musixmatch.com

Link