Jibon Jadi Herale

সেই পাৰ্বতী প্ৰসাদেই জীৱনৰ ঘাত প্ৰতিঘাত
আৰু অন্তৰ্দাহী দূখ বেদনাত গাব লগা হল
"জীৱন যদি হেৰালে তোৰ মৰণ যদি নাই
জীৱন যদি হেৰালে তোৰ মৰণ যদি নাই. "

জীৱ্ন যদি হেৰালে তোৰ
মৰণ যদি নাই হে
মৰণ যদি নাই
জীৱ্ন যদি হেৰালে তোৰ
মৰণ যদি নাই হে
মৰণ যদি নাই

জীৱ্ন যদি হেৰালে তোৰ
মৰণ যদি নাই হে
মৰণ যদি নাই

ঘৰটি যদি ভাগিলে তোৰ
বাটত নহল ঠাই হে
বাটত নহল ঠাই
কি গতি হব হায় দূৰ্কপলীয়া

জীৱ্ন যদি হেৰালে তোৰ
মৰণ যদি নাই হে
মৰণ যদি নাই

তৰাং পানীত বুৰালি তোৰ
মানিক ভৰা তৰী
তৰাং পানীত বুৰালি তোৰ
মানিক ভৰা তৰী
অথাই সাগৰ পাৰ হৱ তই
কি ভৰষা কৰি দূৰ্কপলীয়া
জীৱ্ন যদি হেৰালে তোৰ
মৰণ যদি নাই হে
মৰণ যদি নাই

অটল জলত তল নগলি

নেপালি তই কুল
অটল জলত তল নগলি

নেপালি তই কুল
জীৱ্ন মৰণ শৰণ কৰা

ঘটিল মহা ভূল
কলিজাত তোৰ আপোন হাতেই

হান যদি হুল
কি গতি হব হায় দূৰ্কপলীয়া
জীৱ্ন যদি হেৰালে তোৰ
মৰণ যদি নাই হে
মৰণ যদি নাই
জীৱ্ন যদি হেৰালে তোৰ
মৰণ যদি নাই হে
মৰণ যদি নাই



Credits
Writer(s): Parbati Prasad Barua
Lyrics powered by www.musixmatch.com

Link