Roi Jua Slowed Reverb

ৰৈ যোৱা হৃদয়ৰ সেই কথাবোৰ
শুনিবলে আজৰি হবা নে সোণ,

ৰৈ যোৱা হৃদয়ৰ সেই কথাবোৰ
শুনিবলে আজৰি হবা নে সোণ?
লৈ যাম তোক আনে নেদেখা মোৰ পৃথিৱী
কৰিবলে আমনি জীৱনজুৰি
ৰৈ যোৱা হৃদয়ৰ হেঙুলি এই আবেলি
বৈ যোৱা সময়ক কৰিবলে সোণালী
নৈ হোৱা মৰমৰ স্মৃতি হবা সুৱদী
ৰৈ যোৱা জীৱনত দিবলে সঁহাৰি

আলসুৱা হেঁপাহৰ বহু সপোন,
নজনাকে হবাগে আনৰ আপোন

আলসুৱা হেঁপাহৰ বহু সপোন,
নজনাকে হবাগে আনৰ আপোন
উভতি চালে ভূলতো এবাৰ
আধৰুৱা বাটে পাবা মোক প্ৰতিবাৰ
ৰৈ যোৱা হৃদয়ৰ হেঙুলি এই আবেলি
বৈ যোৱা সময়ক কৰিবলে সোণালী
নৈ হোৱা মৰমৰ স্মৃতি হবা সুৱদী
ৰৈ যোৱা জীৱনত দিবলে সঁহাৰি



Credits
Writer(s): Emon Boruah
Lyrics powered by www.musixmatch.com

Link